Jogotot Sirokal Assamese Christan Song
Assamese Christian Song Lyrics গীত - জগতত চিৰকাল জগতত চিৰকাল থাকিবলৈ এনে কাৰো অধিকাৰ নাই স্বৰ্গ ৰাজ্যত অধিকাৰ পাবলৈ লোৱা তুমি নতুন জনম 1 - পথাৰৰ সেই বোৰ সেউজীয়া ধান আজি আছে কাইলৈ নাই সেই দৰে মানুহৰ একেই অৱস্থা সময় হলে যাব লগা হয় 2- মানুহৰ জীৱন মাথোঁ দুদিনীয়া আজি আছে কাইলৈ নাই জয় কৰা ,জয়ৰ অধিকাৰ পাবলৈ লোৱা তুমি নতুন জনম Scale : Am