Jogotot Sirokal Assamese Christan Song
Assamese Christian Song Lyrics
গীত - জগতত চিৰকাল
জগতত চিৰকাল থাকিবলৈ
এনে কাৰো অধিকাৰ নাই
স্বৰ্গ ৰাজ্যত অধিকাৰ পাবলৈ
লোৱা তুমি নতুন জনম
1 - পথাৰৰ সেই বোৰ সেউজীয়া ধান
আজি আছে কাইলৈ নাই
সেই দৰে মানুহৰ একেই অৱস্থা
সময় হলে যাব লগা হয়
2- মানুহৰ জীৱন মাথোঁ দুদিনীয়া
আজি আছে কাইলৈ নাই
জয় কৰা ,জয়ৰ অধিকাৰ পাবলৈ
লোৱা তুমি নতুন জনম
Scale : Am

Comments
Post a Comment